অনন্য প্ৰতিভাৰে বিশ্বব্যাপী খ্যাতি লভা বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ ওপজা দিনত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।

অনন্য প্ৰতিভাৰে বিশ্বব্যাপী খ্যাতি লভা বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ ওপজা দিনত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।

যুগনায়ক ড° ভূপেন হাজৰিকা দেৱে ভাষা-সাহিত্য,সমাজ আৰু সংস্কৃতিৰ বিভিন্ন দিশলৈ যি অতুলনীয় বৰঙণি আগবঢ়াই থৈ গ’ল,সেই বৰঙণি অসম আৰু অসমীয়াৰ অনন্ত কালৰ বাবে সাহস আৰু প্ৰেৰণা।

মানৱ প্ৰেমেৰে,সম্প্ৰীতি-সমন্বয়ৰ এখন সমাজ গঢ়াৰ বাবে সুধাকণ্ঠৰ বিশাল কৰ্মৰাজি আৰু অমৰ সৃষ্টি সমূহ চিৰকাল তুলনাবিহীন সমল হিচাপে পৰিগণিত হৈ থাকিব ।