আজি মোৰ জন্মদিন উপলক্ষে বিভিন্ন মাধ্যমৰে শুভেচ্ছা, আশীষ প্ৰদান কৰা প্ৰতিজন সন্মানীয় ব্যক্তিকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ।

আজি মোৰ জন্মদিন উপলক্ষে বিভিন্ন মাধ্যমৰে শুভেচ্ছা, আশীষ প্ৰদান কৰা প্ৰতিজন সন্মানীয় ব্যক্তিকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ।ব্যক্তিগতভাবে প্ৰতিজনকে সঁহাৰি জনাব পৰা নাই তথা সম্ভবপৰ হৈ উঠা নাই তাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। অনাগত দিনটো আপোনাসৱৰ মৰম, শুভেচ্ছা, আশীষ আন্তৰিকতাৰে কামনা কৰিছোঁ। আপোনাসৱৰ আশীষ, শুভেচ্ছাই মোৰ সমূহৰ বাবে কাম কৰা সাহস আৰু অনুপ্ৰেৰণা..