মহান মণিষী স্বামী বিবেকানন্দ ই ১৮৯৩ খ্ৰীষ্টাব্দত চিকাগোৰ ঐতিহাসিক বিশ্ব ধৰ্ম সংসদত আজিৰ দিনটোতে প্ৰখ্যাত ভাষণটো আগবঢ়াইছিল৷ সেয়েহে আজিৰ দিনটো বিশ্ব ভাতৃত্ব দিৱস হিচাপে পালন কৰা হয়৷
আজিৰ এই বিশ্ব ভাতৃত্ব দিৱসৰ পবিত্ৰ দিনটোত মহান মণিষীজনক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ৷





