নাট্য জগতৰ পুৰোধা শিল্পী-সৈনিক ব্ৰজনাথ শৰ্মা দেৱক তেখেতৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ

অসমীয়া নাট্য জগতৰ পুৰোধা শিল্পী-সৈনিক ব্ৰজনাথ শৰ্মা দেৱক তেখেতৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ । তেখেতৰ পুণ্য স্মৃতিত অসম চৰকাৰে প্ৰৱৰ্তন কৰা “শিল্পী-সৈনিক ব্ৰজনাথ শৰ্মা বঁটা ২০২০”ৰে সন্মানিত ৰাজ্যৰ বিশিষ্টা অভিনেত্ৰী শ্ৰীযুতা ৰীণা বৰা ডাঙৰীয়ানীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ।