আজি সভাত আগন্তুক নিৰ্বাচন সম্বন্ধীয় আভ্যন্তৰীণ বিভিন্ন দিশৰ ওপৰত আলোচনাত মিলিত হওঁ৷

আজি হোজাই জিলাৰ যুগল কিশোল কেডিয়া ভৱনত দলৰ এখন জিলা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়৷

সভাত মোৰ সহিতে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্তমল্ল বৰুৱা, বিধায়ক শিলাদিত্য দেৱ, শিৱ মিশ্ৰ , লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশীল দত্ত, হোজাইৰ জিলা সভাপতি অনুপ কুমাৰ দেৱ, মুখপাত্ৰ ৰামকৃষ্ণ ঘোষৰ লগতে বহুতো দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে৷

উক্ত সভাত আগন্তুক নিৰ্বাচন সম্বন্ধীয় আভ্যন্তৰীণ বিভিন্ন দিশৰ ওপৰত আলোচনাত মিলিত হওঁ৷