হিন্দী ভাষাৰ চৰ্চা, প্ৰচাৰ তথা ইয়াৰ উৎকৰ্ষ সাধনৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা ভাষবিদ, তথা হিন্দী ভাষাৰ শিক্ষক আৰু ছাত্ৰ সমাজক আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

ভাৰত ৰাষ্ট্ৰৰ চৰকাৰী তথা ৰাষ্ট্ৰভাষা “হিন্দী” ভাষায়ে সাহিত্য, সংস্কৃতি, প্ৰজ্ঞা, সংস্কাৰৰ মাধ্যম হিচাপে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ
শক্তিশালী বাবে বহন কৰি যাওক।