অ’জ’ন স্তৰৰ সুৰক্ষাৰ বাবে জনসজাগতা আনিবৰ বাবে প্ৰতি বছৰে ১৬ ছেপ্তেম্বৰ তাৰিখে ” বিশ্ব অ’জন স্তৰ সুৰক্ষা বা সংৰক্ষণ” দিৱস পালন কৰা হয়।

অ’জ’ন স্তৰৰ সুৰক্ষাৰ বাবে জনসজাগতা আনিবৰ বাবে প্ৰতি বছৰে ১৬ ছেপ্তেম্বৰ তাৰিখে ” বিশ্ব অ’জন স্তৰ সুৰক্ষা বা সংৰক্ষণ” দিৱস পালন কৰা হয়।
জীৱজগতৰ সুৰক্ষা কৱছ স্বৰূপ অ’জ’ন স্তৰ সুৰক্ষিত ৰখাৰ দ্বায়িত্বও আমাৰেই।
বৰ্তমান সময়ত অ’জ’ন স্তৰ দূৰ্বল বা ক্ষতি হোৱাৰ কথা বিশ্বৰ বিজ্ঞানী মহলে সময়ে সময়ে সকীয়াই আহিছে। ই জীৱজগতৰ বাবে অশুভ বাৰ্তা।
আজিৰ দিনটোত ,অ’জ’ন স্তৰৰ ক্ষতি ৰোধ কৰাৰ বাবে আমি একত্ৰ পদক্ষেপ লোৱাৰ পণ লও আহক।