নতুন ভাৰতৰ নিৰ্মাতা, বিশ্বৰ অন্যতম প্ৰভাৱশালী নেতা,দেশবাসীৰ অতিকৈ প্ৰিয় নেতা , আমাৰ প্ৰতিজনৰে অনুপ্ৰেৰণা অাৰু সাহসৰ সোপান দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী পৰম শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ ওপজা দিনত আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জনাইছোঁ।
ভাৰতবৰ্ষক পৃথিৱীৰ বুকুত অন্যতম শ্ৰেষ্ঠ শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে নিৰন্তৰ নি: স্বাৰ্থ ভাবে, সমৰ্পিত মনোভাৱৰে দেশ তথা জনতাৰ কল্যানৰ বাবে সেৱা আগবঢ়াই অহা মোদী ডাঙৰীয়াৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
নিষ্ঠা আৰু সততাৰে দেশ তথা জনতাৰ সেৱা আগবঢ়াই অহা মোদী ডাঙৰীয়াৰ আৰ্দশ, অতুলনীয় অৱদান প্ৰতিটো প্ৰজন্মৰ বাবে চিৰন্তন অনুপ্ৰেৰণা আৰু সাহস।





