নতুন ভাৰতৰ নিৰ্মাতা, বিশ্বৰ অন্যতম প্ৰভাৱশালী নেতা, দেশবাসীৰ অতিকৈ প্ৰিয় নেতা, দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী পৰম শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭০ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি হৈ থকা “সেৱা সপ্তাহ” উপলক্ষে আজি বশিষ্ঠ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ।

এই অনুষ্ঠানত মোৰ সৈতে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উপ সভাপতি জয়ন্ত কুমাৰ দাস ডাঙৰীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া সহিতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।






