আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা আয়োজন কৰা ই-বুক শুভ উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰো৷

ডিজিটেল মাধ্যম ভিডিঅ কনফাৰেঞ্চ যোগে ই-বুকৰ শুভ উন্মোচন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী, চট্টিশগড় তথা ৰাষ্ট্রীয় উপ- সভাপতি, ভাৰতীয় জনতা পাৰ্টিৰ ড° ৰমণ সিং ডাঙৰীয়াই৷

আজিৰ সভাত মোৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ সন্মানীয় বিত্ত, স্বাস্থ্য, গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়া আৰু দলৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকল ৷






