দেশৰ হকে আত্মবলিদান দিয়া, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ, বীৰাংগনা কনকলতা বৰুৱাক স্মৃতি দিৱসত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ৷
দুৰ্বাৰ সাহস, অফুৰন্ত মনোবল তথা গভীৰ দেশপ্ৰেমৰ আদৰ্শই চিৰদিন অসমবাসীৰ বুকুত কনকলতা বৰুৱাক যুগমীয়া কৰি ৰাখিব৷





