মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু সোনোৱাল চৰকাৰৰ জনকল্যানমূলক কাম, সৰ্মপিত মনোভাৱৰে কৰা দলৰ অনান্য কাৰ্যকৰ্তাৰ সেৱাৰ প্ৰতি আৰ্কষিত হৈ আজি ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে অসমৰ কেইবাগৰাকী শিল্পী আৰু ভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত কেইবাগৰাকী ব্যক্তিয়ে।

ভাৰতীয় জনতা পাৰ্টিৰ নীতি- আৰ্দশৰ প্ৰতি আৰ্কষিত হৈ নিৰন্তৰ নতুন নতুন ব্যক্তিয়ে যোগদান কৰি আহিছে।

মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু সোনোৱাল চৰকাৰৰ জনকল্যানমূলক কাম, সৰ্মপিত মনোভাৱৰে কৰা দলৰ অনান্য কাৰ্যকৰ্তাৰ সেৱাৰ প্ৰতি আৰ্কষিত হৈ আজি ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে অসমৰ কেইবাগৰাকী শিল্পী আৰু ভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত কেইবাগৰাকী ব্যক্তিয়ে।

আজি বিশিষ্ট সংগীত পৰিচালক বিমান বৰুৱা, কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ, সংগীত ব্যৱস্থাপক জয়ন্ত কুমাৰ শৰ্মা, অভিনেতা- পৰিচালক বণজিৎ শৰ্মা, অভিনেতা কৌশিক শৰ্মা, সংগীত ব্যৱস্থাপক ভৱজ্যােতি দাস, লোকবাদ্য শিল্পী নিকুঞ্জ মেধি, বাদ্য শিল্পী জগদিশ শৰ্মা, সংগীত শিক্ষক বুলুমনি গোস্বামী , ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী প্ৰণৱ কুমাৰ মিশ্ৰ, ব্যৱসায়ী চিৰঞ্জিৎ বৰপূজাৰী আনুষ্ঠানিকভাবে যোগদান কৰে।

আজি যোগদান কৰা শিল্পী, কলা- কুশলী সহিতে ভিন্ন ক্ষেত্ৰৰ প্ৰতিগৰাকী ব্যক্তিকে দললৈ উষ্ম আদৰণি জনাইছোঁ।
প্ৰতিজনে নিঃস্বাৰ্থ ভাবে দলীয় আৰ্দশ সৰোগত কৰি দল আৰু সমাজৰ সেৱা কৰি যাব বুলি আন্তৰিকতাৰে আশা কৰিছোঁ।