ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা মৰিগাঁও সমষ্টিৰ দন্দুৱা মণ্ডলৰ গেৰাখোৱা গাঁৱৰ বতেশ্বৰ শইকীয়া দেৱৰ কালি নিশা পৰলোকপ্ৰাপ্তি ঘটে৷

ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা মৰিগাঁও সমষ্টিৰ দন্দুৱা মণ্ডলৰ গেৰাখোৱা গাঁৱৰ বতেশ্বৰ শইকীয়া দেৱৰ কালি নিশা পৰলোকপ্ৰাপ্তি ঘটে৷ তেখেতৰ মৃত্যুৰ বাতৰি পাই মৰ্মাহত হৈছো ৷


তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো৷