চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা আব্দুল মজিদ ডাঙৰীয়াক স্মৃতিদিৱসত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।

চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা আব্দুল মজিদ ডাঙৰীয়াক স্মৃতিদিৱসত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।

চলচ্চিত্ৰ তথা অসমৰ সাংস্কৃতিক ক্ষেত্ৰত অতুলনীয় অৱদানৰে তেখেতে অসমৰ সাংস্কৃতিক বৰঘৰ চহকী কৰি থৈ গৈছে।

আব্দুল মজিদ ডাঙৰীয়া অসমৰ প্ৰতিজন অসমীয়াৰ বুকুত জী থকা এটি নাম হৈ থাকিব চিৰদিন।