বাৰেগাঁও নিবাসী চক্-চকা ব্লক মণ্ডলৰ সক্ৰিয় কাৰ্যকৰ্তা মদন নাথ দেৱৰ পৰলোক প্ৰাপ্তি ঘটাৰ বাতৰি পাই শোকস্তব্ধ হৈছোঁ ৷

বাৰেগাঁও নিবাসী চক্-চকা ব্লক মণ্ডলৰ সক্ৰিয় কাৰ্যকৰ্তা মদন নাথ দেৱৰ পৰলোক প্ৰাপ্তি ঘটাৰ বাতৰি পাই শোকস্তব্ধ হৈছোঁ ৷ তেখেতৰ মৃত্যুত দলে এজন নিষ্ঠাবান কাৰ্যকৰ্তা হেৰুৱালে ৷

তেখেতৰ স্বৰ্গগামী আত্মাই চিৰশান্তি লাভ কৰক,তাকে কামনা কৰিছোঁ । লগতে, শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ৷