
ভাৰতীয় জনতা পাৰ্টীৰ আগমনী মণ্ডলৰ এজন নিষ্ঠাবান কাৰ্যকৰ্তা প্ৰতাপ চন্দ্ৰ ৰায় দেৱৰ আজি পৰলোক প্ৰাপ্তি ঘটে৷ তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ৷
তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰিবৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা যাচিছোঁ৷