অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক ক্ষেত্ৰলৈ ত অতুলনীয় অৱদান আগবঢ়োৱা, অসমীয়া তথা প্ৰতিজন ভাৰতীয়ৰ স্বাভিমান আৰু সাহস শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক তেৰাৰ পূণ্য আবিভাৰ্ব তিথিত ভক্তিভৰা সেৱা জনাইছোঁ।

অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক ক্ষেত্ৰলৈ ত অতুলনীয় অৱদান আগবঢ়োৱা, অসমীয়া তথা প্ৰতিজন ভাৰতীয়ৰ স্বাভিমান আৰু সাহস শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক তেৰাৰ পূণ্য আবিভাৰ্ব তিথিত ভক্তিভৰা সেৱা জনাইছোঁ।

অসমীয়া জাতি, সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা, অসমীয়া সমাজ-জীৱনক একতা ডোলৰে একত্ৰিত কৰি জাতিটোক শক্তিশালী ৰূপ দিয়া গুৰুজনাৰ শ্ৰীচৰণৰ ভক্তিভৰা সেৱা জনাই দেশবাসীৰ মংগল কামনা কৰিছোঁ।

গুৰুজনাৰ অনবদ্য সৃষ্টি “বৃন্দাবনী বস্ত্ৰ” ২০১৬ চনত “Musee Guimet (the Guimet Museum), Paris” ত পৰিদৰ্শন কৰাৰ সৌভাগ্য ঘটিছিল। আজি জগতগুৰুৰ পুণ্য আবিভাৰ্ব তিথিত তেখেতৰ কৰ্ম, সৃষ্টি-কৃষ্টি সকলো খিনি অৱদানক পুনৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।

বি দ্ৰ: ছবিত বৃন্দাবনী বস্ত্ৰৰ আংশিক হে দেখা হৈছে।