পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো প্ৰতিটো বুথৰ সভাপতিৰ ঘৰে ঘৰে পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে৷

পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো প্ৰতিটো বুথৰ সভাপতিৰ ঘৰে ঘৰে পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে৷

মই নিজে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ দুটা মণ্ডল ক্ৰমে দক্ষিণ গুৱাহাটী মণ্ডল আৰু পশ্চিম গুৱাহাটী মণ্ডলৰ ২২১ নং বুথ আৰু ২৭৯ নং বুথৰ সভাপতি মামনিবালা দাস আৰু দিব্যজ্যোতি লহকৰৰ বাসভৱনত উপস্থিত হৈ পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ৷

আজিৰ অনুষ্ঠানত মোৰ লগত উপস্থিত থাকে প্ৰাক্তন সভাপতি তথা ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা ডাঙৰীয়া, বিজয় গুপ্তা, মৃগেন শৰনীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক মুকুটা ডেকা, হেমন্ত নেওঁগ, অশোক ভঁৰালী ৷