অসমৰ বিভিন্ন প্ৰান্তত থকা পৰ্যটন স্থলী সমূহৰ সৈতে জড়িত সকলোকে আন্তৰিক শুভেচ্ছা, অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

অসমৰ বিভিন্ন প্ৰান্তত থকা পৰ্যটন স্থলী সমূহৰ সৈতে জড়িত সকলোকে আন্তৰিক শুভেচ্ছা, অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ পৰ্যটন বিভাগে অসমৰ পৰ্যটন ক্ষেত্ৰ খনক আৰু অধিক সুৰক্ষিত আৰু শক্তিশালী ৰূপ দিয়াৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। অসমৰ পৰ্যটনৰ সম্ভাবনাক সদায় আন্তৰিকতাৰে গ্ৰহণ কৰি আহিছে ৰাজ্য চৰকাৰ তথা পৰ্যটন বিভাগে।

পৰ্যটনৰ ক্ষেত্ৰত অতি সম্ভ্ৰান্ত অসমৰ পৰ্যটন ক্ষেত্ৰ খনক ন ৰূপ দিয়াৰ বাবে তথা শক্তিশালী কৰাৰ বাবে অসমৰ ৰাইজৰ সহযোগিতা সদায় প্ৰয়োজন। বিশেষভাবে নতুন প্ৰজন্মই পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰি সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক ভালদৰে বুজি অাগ্ৰহী ৰাজ্যৰ নতুন প্ৰজন্মই পৰ্যটন ক্ষেত্ৰত আগ্ৰহৰে অাত্মনিয়োগ কৰিবলৈ অনুৰোধ জনাইছোঁ।