ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি, বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডাঃ প্ৰবীন কোঁৱৰ ডাঙৰীয়াৰ আকস্মিক বিয়োগে অতিকৈ মৰ্মাহত কৰিছে।
সৰল মনৰ অধিকাৰী কোঁৱৰ ডাঙৰীয়াৰ মৃত্যু দলৰ বাবে এক বৃহৎ ক্ষতি।
ঈশ্বৰে তেখেতৰ পুন্য আত্মাক সদগতি প্ৰদান কৰক লগতে পৰিয়ালবৰ্গক এই কঠিন সময়ত অধিক শক্তি আৰু মনোবল দিয়ক।




