বোকাখাত সমষ্টিৰ বিজেপি দলৰ প্ৰতিষ্ঠাকালৰ মূল ব্যক্তি তথা বৰ্তমানৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শম্ভূ দেৱ ডাঙৰীয়াৰ আজি কৰ’নাত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটাৰ বাতৰি পাই শোকত ম্ৰিয়মান হৈছো৷

বোকাখাত সমষ্টিৰ বিজেপি দলৰ প্ৰতিষ্ঠাকালৰ মূল ব্যক্তি তথা বৰ্তমানৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শম্ভূ দেৱ ডাঙৰীয়াৰ আজি কৰ’নাত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটাৰ বাতৰি পাই শোকত ম্ৰিয়মান হৈছো৷ তেখেতৰ মৃত্যুত দলে হেৰুৱালে এজন নিষ্ঠাবান কাৰ্যকৰ্তা ৷

তেখেতৰ পৰলোকগামী আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ৷