চিৰ সেউজ কণ্ঠশিল্পী, ভাৰতৰত্ন, সন্মানীয় লতা মংগেশকাৰ ডাঙৰীয়ানীক তেখেতৰ জন্মদিনৰ শুভক্ষণত আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ।

কেইবাদশক ধৰি যাদুকৰী কন্ঠই কোটি কোটি লোকক মোহাচন্ন কৰি প্ৰেৰণা যোগায় অহা কুকিলকণ্ঠী গায়িকা মংগেশকাৰ ডাঙৰীয়ানী সদায় আমাৰ অনুপ্ৰেৰণাৰ উৎস হৈ ৰওক। তেখেতৰ সু-স্বাস্থ্য কামনা কৰিছোঁ।