অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা টাইমুৰ ডাঙৰীয়ানীৰ মৃত্যু ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বিশেষ ক্ষতি ।

অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা টাইমুৰ ডাঙৰীয়ানীৰ মৃত্যু ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বিশেষ ক্ষতি ।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।
লগতে,তেখেতৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।