“শ্ৰদ্ধাৰ কাৰ্যকৰ্তা সকল, আগন্তুক বি টি এ ডি নিৰ্বাচনৰ লগতে অহা বিধানসভা নিৰ্বাচনৰ বাবেও সাজু হওক “

“শ্ৰদ্ধাৰ কাৰ্যকৰ্তা সকল, আগন্তুক বি টি এ ডি নিৰ্বাচনৰ লগতে অহা বিধানসভা নিৰ্বাচনৰ বাবেও সাজু হওক “

আগন্তুক বি টি এ ডি নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ কাৰণে আজি পুৱা কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় জিলা সভাপতি সকলৰ প্ৰমুখ্যে জিলা-মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সত মিলিত হওঁ ।

এই বৈঠকতে কাৰ্যকৰ্তা সকলক আগন্তুক বিটিএডি(বি টি আৰ) নিৰ্বাচনৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণেও সাজু হ’বৰ বাবে আহ্বান জনাওঁ ।