“অসম আৰক্ষী দিৱস”

“অসম আৰক্ষী দিৱস”

১ অক্টোবৰ “অসম আৰক্ষী দিৱস”ৰ এই ঐতিহাসিক উপলক্ষত দেশ মাতৃৰ সেৱাত “অসম আৰক্ষী”ৰ যি সকল বিষয়া আৰু জোৱানে জীৱন আহুতি দিলে, তেখেত সকলক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ । এই শুভ উপলক্ষত অসম আৰক্ষীৰ সমূহ বিষয়াবৰ্গ তথা জোৱান সকলৰ লগতে তেখেত সকলৰ পৰিয়াল বৰ্গলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।