আজি সদ্যপ্ৰয়াত ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা,শিৱসাগৰ জিলা ভাজপাৰ উপ-সভাপতি, বিশিষ্ট সমাজকৰ্মী তথা চিকিৎসক ডাঃ প্ৰবীন কোঁৱৰ ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰোঁ।

তেখেতৰ পৰিয়াল বৰ্গৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ গভীৰ সমবেদনা জ্ঞাপন কৰোঁ ।

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, শিৱসাগৰ জিলা ভাজপাৰ সভানেত্ৰী সুৰভি ৰাজকুৱঁৰী ডাঙৰীয়ানী প্ৰমুখ্যে দলৰ কাৰ্যকৰ্তা সকলো তেখেতৰ আৱাসত উপস্থিত হৈ পৰিয়ালটিৰ এই কঠিন সময়ত গভীৰ সহমৰ্মিতা জ্ঞাপন কৰে ।