অাজি “বিশ্ব প্ৰাণী দিৱস” ত প্ৰতিজনে প্ৰাণী সমূহৰ সুনিশ্চিত সুৰক্ষাৰ বাবে অাহক সংকল্প লও।

প্ৰতিটো প্ৰাণীয়েই আমাৰ বাবে আপুৰুগীয়া আৰু গৌৰৱৰ।

বন্যপ্ৰাণীৰ সুৰক্ষাৰ দ্বায়িত্বৰে সঘনে হৈ অহা মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত দূৰ কৰি বন্যপ্ৰাণীৰ সৈতে সহাৱস্থানৰ পথ বিচাৰি লও অাহক।

অাজি “বিশ্ব প্ৰাণী দিৱস” ত প্ৰতিজনে প্ৰাণী সমূহৰ সুনিশ্চিত সুৰক্ষাৰ বাবে অাহক সংকল্প লও।