ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সদস্য তথা বোকাখাত সমষ্টিৰ বিজেপিৰ প্ৰতিষ্ঠাকালৰ মূল ব্যক্তি সদ্য প্ৰয়াত শম্ভূ দেৱ ডাঙৰীয়াৰ বাসগৃহত আজি উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰোঁ ।

শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত শম্ভূ দেৱ ডাঙৰীয়াৰ পুণ্য আত্মাৰ চিৰশান্তি কামনাৰে প্ৰাৰ্থনা জনাওঁ ।