দেশৰ অন্যতম সামৰিক শক্তি হৈছে ” ভাৰতীয় বায়ু সেনা”। দেশৰ সুৰক্ষাৰ বাবে দিনে – নিশাই নিৰন্তৰ সেৱা আগবঢ়াই অহা ভাৰতীয় বায়ু সেনাৰ সাহসী বিষয়া- জোৱান সকলক আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ।
দেশৰ সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ ত্যাগ কৰা ভাৰতীয় বায়ু সেনাৰ বীৰ সৈনিক সকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।