কেন্দ্ৰীয় মন্ত্ৰী সন্মানীয় ৰামবিলাস পাছোৱান দেৱৰ বিয়োগৰ খবৰে অতিকৈ মৰ্মাহত কৰিছে। তেখেতৰ দৰে এগৰাকী কৰ্ম দক্ষ নেতাৰ বিয়োগ দেশৰ বাবে এক অপূৰণীয় ক্ষতি।

পাছোৱান ডাঙৰীয়াৰ পূণ্য আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শোক সন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধলৈ গভীৰ সমবেদনা জনাইছোঁ।