“ৰাষ্ট্ৰীয় ডাক দিৱস”

“ৰাষ্ট্ৰীয় ডাক দিৱস” ত ভাৰতীয় ডাক সেৱাৰ সৈতে জড়িত সমূহ বিষয়া- কৰ্মচাৰীক আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছোঁ।

অনাগত দিনটো ভাৰতীয় ডাক সেৱাই ৰাইজৰ সেৱা নিষ্ঠাৰে কৰি যাওক।