কোকৰাঝাৰ জিলাত অনুষ্ঠিত হ’ব লগা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ এচ. টি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ প্ৰাকক্ষণত আজি উপস্থিত হৈ দলীয় কাৰ্যকৰ্তা তথা সতীৰ্থ সকলৰ উষ্ম সম্ভাষণ আন্তৰিকতাৰে গ্ৰহণ কৰোঁ।
কাৰ্যকৰ্তা বন্ধু সকলৰ উৎসাহ- উদ্দীপনা, আন্তৰিকতা দেখি মই অতিশয় আনন্দিত হোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ শক্তি যে দিনে দিনে বাঢ়ি আহিছে তাক উপলব্ধি কৰি অতিকৈ সন্তোষ লাভ কৰিছোঁ।




