কোকৰাঝাৰ জিলাৰ ফকৰিগ্ৰাম বজাৰত কালি হৈ যোৱা এক আকস্মিক দুৰ্ঘটনাত প্ৰায় ৪০ খনতকৈ অধিক ব্যৱসায় প্ৰতিষ্ঠান জ্বলি ভস্মীভূত হয়৷

কোকৰাঝাৰ জিলাৰ ফকৰিগ্ৰাম বজাৰত কালি হৈ যোৱা এক আকস্মিক দুৰ্ঘটনাত প্ৰায় ৪০ খনতকৈ অধিক ব্যৱসায় প্ৰতিষ্ঠান জ্বলি ভস্মীভূত হয়৷

আজি মই ঘটনাস্থলীত উপস্থিত হৈ শোকাৱহ ঘটনাটোৰ বুজ লওঁ৷

ব্যৱসায়ীসকলৰ এই অত্যন্ত দুখলগা মুহূৰ্তত দুখৰ সমভাগী হোৱাৰ লগতে অসম চৰকাৰ তথা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলক নিৰ্বাচনী বিধি উলংঘা নকৰাকৈ সহায় সহযোগ আগবঢ়াবলৈ মই বিনম্ৰতাৰে আহ্বান জনালোঁ৷