শোণিতপুৰ জিলাৰ উষাপুৰ পঞ্চায়তৰ সভাপতি তথা ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা মনোজ দাস ডাঙৰীয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ ।

তেখেতৰ পুণ্য আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জনাইছোঁ ।
এই কঠিন সময়ত আমি ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা শোকসন্তপ্ত পৰিয়ালবৰ্গৰ দুখৰ সমভাগী ।