
আধুনিক অসমীয়া সাহিত্যৰ সকলো দিশতে নিজৰ প্ৰজ্ঞা আৰু প্ৰতিভাৰে অসমীয়া সাহিত্যক শক্তিশালী কৰি থৈ যোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱক তেখেতৰ ওপজা দিনত গভীৰ শ্ৰদ্ধা জনাইছোঁ।
বেজবৰুৱা দেৱৰ প্ৰতিটো অৱদান অতুলনীয় আৰু অনন্য। তেখেতৰ অনন্য অৱদানে অসমীয়া জাতিক সদায় সাহস আৰু প্ৰেৰণা দি যাব।