আজিৰ “দৈনিক জনমভূমি” কাকতত প্ৰকাশিত আছুতীয়া সাক্ষাৎকাৰৰ কিয়দংশ

“অসমত একমাত্ৰ বিজেপিয়ে হে প্ৰকৃত জাতীয়তাবাদ কৰিছে । অপ্ৰিয় হ’লেও সত্য সদায় সত্যই আৰু এইয়াই কঠিন বাস্তৱ । উত্তৰ প্ৰজন্মৰ বাবে দায়িত্বৰে জাতিটোৰ প্ৰতি নিভাঁজ দায়বদ্ধতাৰে আমি কামৰ জাতীয়তাবাদ কৰিছোঁ ৷ কথা বা শ্ল’গান অথবা ৰাজপথত নহয় ।”

আজিৰ “দৈনিক জনমভূমি” কাকতত প্ৰকাশিত আছুতীয়া সাক্ষাৎকাৰৰ কিয়দংশ ।
কাকতখনৰ আজিৰ সংখ্যাৰ সপ্তম পৃষ্ঠা অথবা তলৰ লিংকত গৈ পূৰ্ণাংগ সাক্ষাৎকাৰটি পঢ়িব পাৰিব