একবিংশ শতিকাৰ দেশৰ যুগদ্ৰষ্টা, স্বপ্নদ্ৰষ্টা, আধুনিক ভাৰত নিৰ্মানৰ অন্যতম খনিকৰ, প্ৰাক্তন ৰাষ্ট্ৰপতি
ড° এ.পি.জে. আব্দুল কালাম ডাঙৰীয়াক তেখেতৰ জন্মদিৱসত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।




