পুৱাৰ সময়খিনিয়ে সদায় আমাক নতুনকৈ ভবাৰ, উদ্যমেৰে কাম কৰাৰ প্ৰেৰণা আৰু শক্তি দিয়ে।

পুৱাৰ সময়খিনিয়ে সদায় আমাক নতুনকৈ ভবাৰ, উদ্যমেৰে কাম কৰাৰ প্ৰেৰণা আৰু শক্তি দিয়ে।

ৰাতিপুৱাৰ এই প্ৰেৰণাৰে ভৰা নিৰ্মল সময়খিনিত মই প্ৰাতঃভ্ৰমণ কৰিবলৈ সদায় পাৰ্যমানে চেষ্টা কৰোঁ। আজি লখিমপুৰ জিলাৰ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান নাৰায়ণপুৰত দলীয় কাৰ্যকৰ্তাসকলৰ লগত প্ৰাতঃভ্ৰমণ কৰিলোঁ, লগতে দলৰ বিভিন্ন খা-খবৰ ল’লো।

এক সুকীয়া অভিজ্ঞতা বুটলি দিনটোৰ শুভাৰম্ভ কৰিলোঁ।