ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জেষ্ঠ কাৰ্যকৰ্তা তথা সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি, অসম সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ সঞ্চালক আব্দুল ছোভান ডাঙৰীয়াৰ বিয়োগৰ খৱৰে অতিকৈ মৰ্মাহত কৰিছে।

তেখেতৰ দৰে এগৰাকী দক্ষ, নিষ্ঠাবান কাৰ্যকৰ্তাৰ বিয়োগ আমাৰ দল তথা সমাজৰ বাবে এক অপূৰণীয় ক্ষতি।
তেখেতৰ পূণ্য আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জনাইছোঁ