শিশুৰ মন ফুল এপাহৰ দৰেই কোমল আৰু নিষ্পাপ৷ কলুষতা, কপটতা নাথাকে শিশুৰ মনত৷ সেয়েহে শিশু মোৰ সদায় প্ৰিয়৷

শিশুৰ মন ফুল এপাহৰ দৰেই কোমল আৰু নিষ্পাপ৷ কলুষতা, কপটতা নাথাকে শিশুৰ মনত৷ সেয়েহে শিশু মোৰ সদায় প্ৰিয়৷ উপভোগ কৰি আনন্দিত হওঁ শিশুৰ সৰল ধেমালিবোৰ৷