ৰাষ্ট্ৰৰ অখণ্ডতা আৰু স্বতন্ত্ৰতাৰ হকে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা #লৌহ_মানৱ চৰ্দাৰ বল্লভভাই পেটেলদেৱৰ সোঁৱৰণত দেশত “ৰাষ্ট্ৰীয় একতা দিৱস” পালন কৰা হয়৷ তেখেতৰ মহান কৰ্মৰাজিৰ বাবে ভাৰত চৰকাৰে সৰ্বোচ্চ সন্মান ‘ভাৰতৰত্ন’ প্ৰদান কৰিছিল৷ আজিৰ এই বিশেষ দিনটোত আমি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ৷





