ৰাতিপুৱাৰ সময়খিনিয়ে সদায় আমাক নতুন কৈ ভবাৰ, উদ্যমৰে কাম কৰাৰ প্ৰেৰণা আৰু শক্তি দিয়ে।

ৰাতিপুৱাৰ সময়খিনিয়ে সদায় আমাক নতুন কৈ ভবাৰ, উদ্যমৰে কাম কৰাৰ প্ৰেৰণা আৰু শক্তি দিয়ে।

ৰাতিপুৱাৰ এই প্ৰেৰণাৰে ভৰা নিৰ্মল সময়খিনিত মই ভ্ৰমণ কৰাৰ সদায় পাৰ্যমানে চেষ্টা কৰোঁ।

চিৰাং জিলাৰ দলীয় কাৰ্য্য কৰ্তা সকলৰ লগত প্ৰাতঃভ্ৰমণৰ মুহূৰ্তত৷