“কাৰ্যকৰ্তা বন্ধুসকলক মই আহ্বান কৰিছোঃ আপোনালোকে নিয়মিতভাৱে এক ঘন্টা সময় ব্যায়াম কৰক আৰু নিজক সুস্থ সৱল কৰি ৰাখক৷”

“কাৰ্যকৰ্তা বন্ধুসকলক মই আহ্বান কৰিছোঃ আপোনালোকে নিয়মিতভাৱে এক ঘন্টা সময় ব্যায়াম কৰক আৰু নিজক সুস্থ সৱল কৰি ৰাখক৷”

প্ৰতিদিনৰ দৰে আজিও প্ৰাতঃভ্ৰমণ কৰো৷ লগতে প্ৰাথমিক পৰ্যায়ৰ ব্যায়াম আৰু কেইবাটাও যোগাসন কৰো৷ প্ৰায় ১ ঘন্টাতকৈও বেছি সময় এনেদৰে শৰীৰ চৰ্চা কৰি দিনটোৰ বিভিন্ন কামৰ বাবে সাজু হওঁ৷

মোৰ কাৰ্যকৰ্তা বন্ধুসকলকো আহ্বান জনাও যে আপোনালোকেও নিয়মিত ভাৱে দিনত প্ৰায় এক ঘন্টা সময় শৰীৰ চৰ্চাৰ নামত ব্যয় কৰক আৰু সুস্থ সৱল হৈ থাকক৷