আধুনিক অসমৰ অন্যতম স্বপ্নদ্ৰষ্টা, ভাৰতৰত্ন, সংগীতসূৰ্য ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ মৃত্যু দিৱসত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।

আধুনিক অসমৰ অন্যতম স্বপ্নদ্ৰষ্টা, ভাৰতৰত্ন, সংগীতসূৰ্য ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ মৃত্যু দিৱসত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।

সুধাকণ্ঠই তেখেতৰ সৃষ্টি তথা কৰ্মৰাজিৰে অসমৰ কলা-কৃষ্টিক বিশ্ব দৰবাৰত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ গৈছে। তেখেতৰ প্ৰতিটো সৃষ্টি আৰু কৰ্মৰাজি চিৰদিন অসমীয়া গণজীৱনৰ সাহ হৈ থাকিব।