ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা তথা সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি, অসম সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ সঞ্চালক আব্দুল ছোভান ডাঙৰীয়াৰ বাসগৃহত আজি সন্ধিয়া উপস্থিত হৈ তেখেতৰ পৰিয়াল তথা আত্মীয়-স্বজনক সাক্ষাৎ কৰোঁ৷ কিছুদিন আগতে পৰলোকপ্ৰাপ্তি ঘটা ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা তথা সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি, অসম সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ সঞ্চালক আব্দুল ছোভান ডাঙৰীয়াৰ বাসগৃহত আজি সন্ধিয়া উপস্থিত হৈ তেখেতৰ পৰিয়াল তথা আত্মীয়-স্বজনক সাক্ষাৎ কৰোঁ৷ মৃতকৰ পৰিয়ালক এষাৰ মাত দিয়াৰ লগতে তেখেতসকলৰ এই শোকাৰ্ত মুহূৰ্তত সমবেদনা জ্ঞাপন কৰোঁ৷ মোৰ লগতে নলবাৰী সমষ্টি বিধায়ক অশোক শৰ্মা, ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱা আৰু নলবাৰী জিলা সভাপতি ড° মৃগাংক তালুকদাৰো তেখেতসকলৰ দুখৰ সমভাগি হয়৷ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে পৰিয়ালটো কুশলে থাকক তথা ধৈৰ্য আৰু সাহস প্ৰদান কৰক৷ Related postsJanuary 17, 2024নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …Read moreJanuary 8, 2024আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত…..Read moreDecember 22, 2023সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্নRead more