২০২১ৰ নিৰ্বাচনলৈ আৰু ১৫০টা দিনো নাই;সেয়ে ১৫০টা দিন আপোনালোকৰ কাৰণে খুবেই কষ্টকৰ ; অসমৰ ৰাইজৰ কথা চিন্তা কৰি আমি সকলোৱে কষ্ট কৰিব লাগিব ।

সু-প্ৰভাত কাৰ্যকৰ্তা বন্ধু সকল !২০২১ৰ নিৰ্বাচনলৈ আৰু ১৫০টা দিনো নাই;সেয়ে ১৫০টা দিন আপোনালোকৰ কাৰণে খুবেই কষ্টকৰ ; অসমৰ ৰাইজৰ কথা চিন্তা কৰি আমি সকলোৱে কষ্ট কৰিব লাগিব । এই কষ্ট কৰিব লাগিলে আমি সকলো সুস্থ থাকিব লাগিব আৰু সুস্থ থাকিবৰ কাৰণে আমি নিয়মীয়াকৈ যোগাসন-ব্যায়াম কৰিব লাগিব । সেয়ে পুৱা উঠিয়েই আপোনালোকে শৰীৰ চৰ্চা কৰক,সুস্থ থাকক;তাকে কামনা কৰিছোঁ ।