শৰীৰ চৰ্চাৰে নিজৰ দেহটো সুস্থ সৱল কৰি দিনটোৰ কাৰণে প্ৰস্তুত হওঁক এইয়া মোৰ আপোনালোকৰ প্ৰতি বিনম্ৰ অনুৰোধ৷

কাৰ্যকৰ্তা বন্ধুসকল, সম্ভৱত ১৪৯ দিন বাকী আছে ‘২১ ৰ বিধানসভা নিৰ্বাচনলৈ৷ এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি শৰীৰ চৰ্চাৰে নিজৰ দেহটো সুস্থ সৱল কৰি দিনটোৰ কাৰণে প্ৰস্তুত হওঁক এইয়া মোৰ আপোনালোকৰ প্ৰতি বিনম্ৰ অনুৰোধ৷