বৰপেটা জিলাত মাজনিশা ১২ বজালৈ প্ৰশিক্ষণ শিৱিৰৰ প্ৰস্তুতিৰ বাবে এতিয়াও ব্যস্ত মোৰ কাৰ্যকৰ্তা সকল। মই চেল্যুট জনাইছোঁ মোৰ কাৰ্যকৰ্তা সকলক।

বৰপেটা জিলাত মাজনিশা ১২ বজালৈ প্ৰশিক্ষণ শিৱিৰৰ প্ৰস্তুতিৰ বাবে এতিয়াও ব্যস্ত মোৰ কাৰ্যকৰ্তা সকল। মই চেল্যুট জনাইছোঁ মোৰ কাৰ্যকৰ্তা সকলক। আপোনাসৱ আগবাঢ়ি যাওক। আমি আছোঁ আপোনাসৱৰ সৈতে।

আমি এইদৰে সেৱাৰ মনোভাৱেৰে যদি কাম কৰো আগন্তুক দিনত স্বাভাৱিক ৰূপে ভাৰতবৰ্ষক আমি “চুপাৰ পাৱাৰ” কৰিব পাৰিম। ভাৰতবৰ্ষক আমি “ৰাষ্ট্ৰ গুৰু” ৰূপে প্ৰতিষ্ঠা কৰিব পাৰিম।

ধন্যবাদ।