প্ৰতিজন কাৰ্যকৰ্তা বন্ধুক আহ্বান জনাইছোঁ- নিয়মিত পুৱা আধা ঘণ্টা ৰ পৰা এক ঘণ্টা যোগাসন, শৰীৰ চৰ্চাৰ বাবে ব্যয় কৰক।নিজৰ শৰীৰটো ভালে ৰাখক, সুস্থ থাকক।

শৰীৰ ভালে ৰাখিবলৈ , মন ভালে ৰাখিবলৈ আমি নিয়মিত যোগাসন, প্ৰাণায়ম, শৰীৰ চৰ্চা কৰিব লাগে।প্ৰতিজন কাৰ্যকৰ্তা বন্ধুক আহ্বান জনাইছোঁ- নিয়মিত পুৱা আধা ঘণ্টা ৰ পৰা এক ঘণ্টা যোগাসন, শৰীৰ চৰ্চাৰ বাবে ব্যয় কৰক।নিজৰ শৰীৰটো ভালে ৰাখক, সুস্থ থাকক।

ধন্যবাদ।