ভাৰতীয় জনতা পাৰ্টিৰ পিতামহ, বৰ্ষীয়ান ৰাজনীতিবিদ, দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী, আমাৰ সকলোৰে আদৰৰ-অতি শ্ৰদ্ধাৰ লালকৃষ্ণ আদৱানি ডাঙৰীয়াৰ জন্মদিৱসত তেখেতৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।

ভাৰতীয় জনতা পাৰ্টিৰ পিতামহ, বৰ্ষীয়ান ৰাজনীতিবিদ, দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী, আমাৰ সকলোৰে আদৰৰ-অতি শ্ৰদ্ধাৰ লালকৃষ্ণ আদৱানি ডাঙৰীয়াৰ জন্মদিৱসত তেখেতৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।মাননীয় আদৱানি ডাঙৰীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ।দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া স’তে যুগলবন্দীৰে মাননীয় আদৱানি ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ আজিৰ ভেঁটি ৰচনা কৰিছিল ষাঠিৰ দশকতে । এই গৰাকী বৰ্ষীয়ান মহীৰুহৰ পথপ্ৰদৰ্শন আমাৰ সকলোৰে কাৰণে অনুপ্ৰেৰণা ।